Class 8 Lesson 2 অণুজীৱ Questions answers , Assam jatiya bidyalay solution - axomsolution

Loying
0

Class 8 Lesson 2 অণুজীৱ | Assam Jatiya Bidylaya Science Solution অষ্টম শ্ৰেণী বিজ্ঞান বিষয় অসম জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ


অণুজীৱ  Class 8 Science lesson 2 Question answers Assam jatiya bidyalay (AJB)

Lesson 2 :  অণুজীৱ


Full Youtube Video Axomsolution  Class 8 Science Lesson 2 Assam jatiya Bidyalay 



7)অণুজীৱৰ অপকাৰিতা সম্পর্কে এটি চমু টোকা লিখা।

উত্তৰঃ কিছুমান অণুজীৱই মানুহ, আন প্ৰাণী আৰু উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। এই ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰক বীজাণু বোলে। কিছুমান অণুজীৱই আকৌ খাদ্য়দ্ৰব্য়, কাপোৰ আৰু চামৰা আদিৰো অনিষ্ট সাধন কৰে। বীজাণুবোৰে আমাৰ শৰীৰত উশাহ-নিশাহ, খোৱা-পানী আৰু আহাৰৰ জৰিয়তে প্ৰৱেশ কৰি ৰোগৰ সংক্ৰমণ ঘটায়। ৰোগাক্ৰান্ত মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলতো ৰোগৰ বীজাণু এজনৰ পৰা আনজনৰ গালৈ বিয়পিব পাৰে। উদাহৰণস্বৰূপে কলেৰা, সাধাৰণ পানীলগা, মাজু আই, যক্ষ্মা, ক'ৰোনা আদি।

৪)ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ?

উত্তৰঃ ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে বেক্টেৰিয়াৰ দৰকাৰ।

Read more : Assam jatiya Bidylaya Class 8 All Solution 


Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top