ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 7,Class VIII AJB Assamese ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ পাঠ ৭ answer

Loying
0
ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 7


ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 7,অষ্টম শ্ৰেণীৰ Axomsolution,Class VIII Lesson 7 Assamese Question answers AJB Assam Jatiya BIdyalay. ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ পাঠ ৭ অসম জাতীয় বিদ্যালয় অসমীয়া
ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ Chapter 7 all question answers Class 8 assamese assam jatiya bidyalay AJB

অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 7 ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ question answer (AJB)
Class 8 New assamese পাঠ  ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ Solution (AJB)
AJB Class VIII assamese Chapter 7 Solution

Chapter 7 : ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ

১. বাক্যত উত্তৰ লিখা:

ক) অসমৰ নৈপৰীয়া জনগোষ্ঠীটোৰ নাম কি?
উত্তৰ: অসমৰ নৈপৰীয়া জনগোষ্ঠীটোৰ নাম হৈছে মিছিং।

খ) অসমৰ কোনখন জিলাত মুখ্যতঃ ৰাভাসকলে বসবাস কৰে?
উত্তৰ: অসমৰ গোৱালপাৰা জিলাত মুখ্যতঃ ৰাভাসকলে বসবাস কৰে।

গ) ৰাভাসকল কোন ভাষা-গোষ্ঠীৰ অন্তৰ্গত?
উত্তৰ: ৰাভাসকল তিব্বত-বর্মীয় ভাষা-গোষ্ঠীৰ অন্তৰ্গত।

ঘ) ৰাভাসকলৰ প্ৰধান খেল কেইটা আৰু কি কি?
উত্তৰ: ৰাভাসকলৰ প্ৰধান খেল আঠটা। সেইকেইটা হৈছে ‘ৰংদানি’, ‘মায়তাৰি’, ‘কোচা’, ‘পাতি’, ‘দাহৰি’, ‘বিটলা’, ‘টোটলা’, আৰু ‘জানা’ ।


ঙ) ৰাভাসকলৰ খাদ্য-প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: ৰাভাসকল মূলতঃ কৃষিজীৱী। গৰু মহৰ সহায়ত পথাৰত বিভিন্ন ধৰণৰ ধানৰ খেতি কৰে। ভাতেই তেওঁলোকৰ প্ৰধান খাদ্য। বতৰৰ শাক- পাচলিৰ খেতি কৰাৰ উপৰিও বিভিন্ন জাতৰ ফুল ফলৰ খেতি কৰে। নদী বা বিলত সমূহীয়াভাৱে মাছ ধৰে আৰু সুবিধা পালে চিকাৰ কৰিও খাদ্য আহৰণ কৰে। অনান্য জনগোষ্ঠীৰ লোকৰ দৰে ঘৰতে প্ৰস্তুত কৰা পানী প্ৰায় সকলোৱে খায়। আনহাতে শুকান মাছ গাহৰি, কুকুৰ, কুছিয়া, শামুক, বৰলৰ টোপ, পলু-উইছিৰিঙা আদি বস্তুবোৰো ৰাভাসকলে খায়। খৰালি, পিঠাগুৰি, বিভিন্ন চুঙা পিঠা, টোপোলা পিঠা, সন্দেহ কোড়াই আদি তেওঁলোকে খায়।


চ) ৰাভাসকলৰ কৃষিকৰ্মৰ বিষয়ে চমুকৈ লিখা ৷
উত্তৰ: ৰাভাসকলে গৰু-ম’হৰ সহায়ত পথাৰত বিভিন্ন জাতৰ শালিধান, জহাধান, বাওধানৰ লগতে সৰিয়হ আৰু বতৰৰ শাক-পাচলিৰ খেতি কৰে। ঘৰৰ বাৰীত বিভিন্ন জাতৰ ফল- মূলৰ খেতি কৰি নিজৰ প্ৰয়োজনীয় অভাৱ পূৰণ কৰে।

ছ) ফাৰকান্তি উৎসৱৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰ: ফৰকান্তি উৎসৱৰ প্ৰধান উদ্দেশ হৈছে মৃতকৰ শ্ৰাদ্ধ কৰা ।


৩. অসমৰ প্ৰধান পাহাৰীয়া জিলাকেইখন কি কি?
উত্তৰ: অসমৰ পাহাৰীয়া জিলাকেইখন হৈছে – কাৰ্বি আংলং, উত্তৰ কাছাৰ।

৪. বাক্য ৰচনা কৰা 

ক) জীৱন-ধাৰণ

খ) ঐতিহ্য-পৰম্পৰা

গ) স্বামী-স্ত্রী

ঘ) সমাজ- সংস্কৃতি

ঙ) ইনাই-বিনয়

উত্তৰ: 
ক) জীৱন-ধাৰণ : ৰাভাসকলৰ জীৱন- ধাৰণ পদ্ধতি অন্য গোষ্টীতকৈ অলপ বেলেগ ধৰণৰ।

খ) ঐতিহ্য-পৰম্পৰা : আমি কেতিয়াও প্রাচীন ঐতিহ্য-পৰম্পৰা বিসর্জন দিব নালাগে।

গ) স্বামী-স্ত্রী : স্বামী- স্ত্ৰী ৰ মাজত মিলাপ্ৰীতি থাকিলে ভাল লাগে ।

ঘ) সমাজ- সংস্কৃতি : অসমৰ বিভিন্ন জনগোষ্ঠীৰ সহযোগত বৈচিত্রপূর্ণ সমাজ সংস্কৃতি গঢ়ি উঠিছে।

ঙ) ইনাই- বিনাই : ফাৰকান্তি উৎসৱত ইনাই-বিনাই বিলাপ কৰি এক ধৰণৰ লোকগীত পৰিবেশন কৰা হয়।


#Ajb #assamjatiyabidyalay #ajbclass8 #axomsolution
#assamjatiyabidyalayclass8assamese

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top