অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 18 গুৰুৰ গৃহত মাধৱ question answer AJB
গুৰুৰ গৃহত মাধৱ Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 18, Axomsolution,Class VIII Lesson 18 Assamese Question answers AJB Assam Jatiya BIdyalay.গুৰুৰ গৃহত মাধৱ পাঠ ১৮ অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয় অসমীয়া ,গুৰুৰ গৃহত মাধৱ অধ্য়ায় ১৮, AJB Chapter 18 all question answers Class 8 assamese assam jatiya bidyalay
![]() |
| গুৰুৰ গৃহত মাধৱ Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 18 |
Class 8 assamese পাঠ ১৮ গুৰুৰ গৃহত মাধৱ Solution (AJB)
AJB Class VIII assamese Chapter 18 Solution
অসম জাতীয় বিদ্যলয়ৰ অষ্টম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্ন উত্তৰ অধ্য়ায় ১৮ গুৰুৰ গৃহত মাধৱ
১) একোটিকৈ বাক্যত উত্তৰ লিখা ।
ক) শংকৰদেৱক শুই থকা অৱস্থা কোনে জাগাইছিল ?
উত্তৰ: শংকৰদোৱক শুই থকা অৱস্থাত হৰিচন্দই জগাইছিল।
খ) বিষ্ণুপ্ৰিয়াক কাৰ সৈতে বিয়া দিয়াৰ কথা ওলাইছিল ?
উত্তৰ: বিষ্ণুপ্ৰিয়াক মাধৱদেৱৰ সৈতে বিয়াৰ দিয়া কথা ওলাইছে।
গ) পদশ্বেতছত্রছায়াত কথাটোৱে কি বুজাইছে ?
উত্তৰ: মাধৱদেৱে শংকৰদেৱৰ অভয় পদৰ সত্ৰ-ছায়াত জিৰাব খোজা কথাটো বুজাইছে।
ঘ) শংকৰদেৱৰ পত্নীয়ে তেওঁক কি বুলি সম্বোধন কৰিছিল ?
উত্তৰ: শংকৰদেৱৰ পত্নীয়ে তেওক ৰামানন্দ বাপ বা হৰিজন বাপ বুলি সম্বোধন কৰিছিল।
ঙ) মাধৱদেৱে সৃষ্টি কৰা কবিতা কি ভেদি গৈছিল ?
উত্তৰ: মাধৱদেৱে সৃষ্টি কৰা কবিতা ব্ৰহ্মাণ্ড ভেদি গৈছিল।
চ) চোট আতা কোন ?
উত্তৰ: চোট আতা মহাপুৰুষ মাধৱদেৱ।
ছ) শংকৰদেৱে মাধৱদেৱক কি আনিবলৈ কৈছিল ?
উত্তৰ: শংকৰদেৱে মাধৱদেৱক গা ধুই সলাবলৈ কাপোৰ আনিবলৈ কৈছিল।
২) মাধৱদেৱে শংকৰদেৱৰ ভিতৰত কি দেখিছিল বৰ্ণনা কৰা ?
উত্তৰ: এদিন শংকৰদেৱে মাধৱদেৱক চাউল সিজোৱা খাবলৈ কোৱাত মাধৱদেৱে ভিতৰত সোমাই ৰান্ধনিঘৰ চালেগৈ। তেতিয়া তেওঁ দেখিছিল যে শংকৰদেৱৰ পত্নীয়ে ৰান্ধনীঘৰৰ এচুকত ভিটা বান্ধি ঘট পাতি আমডালি আৰু এঁৱাসূতা দি থৈছে।
৩) মাধৱদেৱে গুৰুপত্নীক কি কি কৰিছিল বুজাই লিখা ।
উত্তৰ:মাধৱদেৱে গুৰু পত্নীক কৈছিল যে গুৰুপত্নীয়ে মাধৱৰ গুৰুজনক কি বুলি মাতিছে আৰু কি বুলি সম্বোধন কৰে। লগতে আৰু কৈছিল যে গুৰু পত্নীয়ে কেনেদৰে শয়ন কৰে।মাধৱদেৱে গুৰুপত্নীক শংকৰদেৱক আমাৰ গোহাঁই বুলি মাতিবলৈ আৰু নাভিৰ ওচৰত মাথা থৈ শয়ন কৰিবলৈ কৈছিল। বিছনাত উঠোতে সেৱা কৰি উঠিব কৈছিল।
৪) গোসাঁনীয়ে বিষ্ণুপ্ৰিয়াক মাধৱদেবলৈ বিয়া দিব বিচৰা কথাটো শুনি মাধৱদেৱে কি কৈছিল, তোমাৰ কথাৰে লিখা।
উত্তৰ: গোসাঁনীয়ে বিষ্ণুপ্ৰিয়াক মাধৱদেবলৈ বিয়া দিব বিচৰা কথাটো শুনি মাধৱদেৱে গুৰুক এইদৰে কৈছিল – যে মাধৱদেৱে গুৰুৰ সকলো কথা চলিব যদিও এটা কথা ৰাখিব নোৱাৰিব৷ জীৱৰ কুশলৰ হেতুকে তেওঁ শংকৰদেৱৰ ওচৰত শৰণ লৈছে। পশু-পখিয়ো বিষয়-বাসনাও মজি থাকে। তেওঁ সেই আশা কৰা নাই। শংকৰদেৱে গড় বান্ধি যুজঁ দিয়াৰ উত্তৰত এইদৰে কৈছিল যে গড় বান্ধি যুঁজিলে যোদ্ধা আৰু বিনাগড়ে যুঁজিলে মহাযোদ্ধা । এইবুলি কৈ শংকৰদেৱে অভয় পদৰ সত্ৰছায়াত আশ্ৰয় লব বিচাৰিছে।
৫) গুৰু-পত্নীয়ে বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়া দিব নোৱাৰি তাইৰ দ্বাৰা কি কি কৰাইছিল ? তাৰ পৰিণতিত মাধৱদেৱে কি কৰিছিল ?
উত্তৰ: গুৰু পত্নীয়ে নিজৰ ছোৱালী বিষ্ণুপ্রিয়াক মাধৱদেৱলৈ বিয়া দিব নোৱাৰি তাইৰ দ্বাৰা মাধৱদেৱৰ পৰিচৰ্চা কৰিছিল। কঠ পাৰি দিছিল, তামোল পান আনি দিছিল। মাধৱদেৱৰ বাহালৈ গৈ মাছ, গাখীৰ,শাক লোণ, তেল, জলকীয়া, বেঙেনা, আদি দি আহিছিল। আৰু বিচনাখন জাৰি-জোকাৰি পাৰি দিছিল।পিছত এদিন চোট আতা মাধৱদেৱে গুৰু কন্যাক কান্ধত তুলি গুৰুৰ ওচৰত নি থৈছিল।
৬) লিংগ পৰিৱৰ্তন কৰা
ক) গোহাঁই – গোসাঁনী
খ)ভকত – ভতকণী
গ) স্বামী – পত্নী
ঘ) বান্ধৱ – বান্ধৱী
ঙ) পিতৃ – মাতৃ
চ) ককাদেউতা – বাইদেউ,বৌ
৭)সমার্থক শব্দ লিখা
ক) শশী – জোন
খ) ৰবি – সূৰ্য্য
গ) সদাশিৱ – মহাদেৱ
ঘ) নৌকা নাও
ঙ) গুৰু শিক্ষক
চ) শয়ন শোৱা
ছ) শয্যা – বিছনা
জ) চিত – বিছনা
ঞ) মাতৃ – আই
ট) বৈৰী – শত্ৰু
৮)উদাহৰণ দৰে বাক্য সজা :
ক) কিচকিচিয়া :সীতাৰ চুলিকোছা কিচ-কিচিয়া কলা
খ) মলমলীয়া : ধূপটো জ্বলাই দিয়াত মলমলীয়া গোন্ধ ওলাইছিল
গ) চেং চেঙিয়া : কাতি মাহত চেং চেঙিয়া ৰদ দিয়ে
ঘ) গুনগননী : বাগিচাত ভোমোৰাৰ গুণগুণনী উঠিছে
ঙ) ফুচফুচকৈ : কেবাজন মানুহৰ উপস্থিতিত দুজনে ফুচফুচকৈ কথা কোৱা বেয়া অভ্যাস
চ) ধকধকীয়া : মহাপুৰুষ শংকৰদেৱে ধকধকীয়া বগা কাপোৰ পিন্ধিছিল
৯) চাৰিততোলা প্ৰথাৰ বিষয়ে শিক্ষকৰ সহায়ত জানি থোৱা ৷
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়ান হোৱাৰ পাছত মাধৱদেৱে আদি কৰি শিষ্য প্রশিষ্য সকলে গুৰু জনাৰ অভাৱ বৰকৈ অনুভৱ কৰিছিল । তেতিয়া প্ৰতিদিনে সত্ৰত গু জনাৰ জীৱনৰ এটা অংশ কৈ যোৱা আৰম্ভ কৰিছিল। প্ৰত্যেক দিনাই ধাৰাবাহিক ভাবে জীৱনৰ এটা অংশ কৈ যোৱা প্ৰথাটোকে চৰিত-তোল প্ৰথা বুলি কোৱা হয়।
১০) অভিধান চাই অর্থ লিখা- (শিক্ষকৰ সহায় ল’বা)
ছৱা, পতিলা, কুহলিএ, অঞ্জন, মঞ্জৰি, বিশ্ৰুতি, তোম্ৰা ।
উত্তৰ :
ক) চৱা – ছোৱালী
খ) পতিলা – চৌকা
গ) কুহলি – কৱলী
ঘ) অঞ্জন – কাজল
ঙ) মঞ্জৰি – ফুলৰ ঠাৰি
চ) বিশ্রুতি – বিচুৰ্ত্তি
ছ) তোম্ৰা – তোমালোক
Thank You
