| ভূমিকম্পৰ বিষয়ে অধ্যয়ন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 16 |
ভূমিকম্পৰ বিষয়ে অধ্যয়ন Class 8 Assamese Assam Jatiya BIdyalay all Question answers Chapter 16, Axomsolution,Class VIII Lesson 16 Assamese Question answers AJB Assam Jatiya BIdyalay.ভূমিকম্পৰ বিষয়ে অধ্যয়ন পাঠ ১৬ অসম জাতীয় বিদ্যালয় অসমীয়া ,ভূমিকম্পৰ বিষয়ে অধ্যয়ন অধ্য়ায় ১৬, Chapter 16 all question answers Class 8 assamese assam jatiya bidyalay AJB
অসম জাতীয় বিদ্যালয় অসমীয়া class 8 Assamese Chapter 16 ভূমিকম্পৰ বিষয়ে অধ্যয়ন question answer (AJB)
Class 8 New assamese পাঠ ১৬ ভূমিকম্পৰ বিষয়ে অধ্যয়ন Solution (AJB)
AJB Class VIII assamese Chapter 16 Solution
অসম জাতীয় বিদ্যলয়ৰ অষ্টম শ্ৰেণীৰ অসমীয়াৰ প্ৰশ্ন উত্তৰ অধ্য়ায় ১৬ - ভূমিকম্পৰ বিষয়ে অধ্যয়ন
১) একোটিকৈ উত্তৰ লিখা
ক) বর্তমান কালত ভূমিকম্পৰ পৰা হোৱা ক্ষয়-ক্ষতিৰ পৰিমান বাঢ়ি যোৱাৰ কাৰণ কি?
উত্তৰ: বৰ্তমান সময়ত ডাঙৰ ডাঙৰ মহানগৰ বোৰত জনসংখ্য আৰু সুউচ্চ অট্টালিকাৰ সংখ্যা ইমান বাঢ়ি গৈছে যে লাহেকৈ ভূমিকম্প আহিলে সেই সুউচ্চ অট্রলিকাবোৰ বাগৰি পৰে সেইকাৰণে ভূমিকম্পত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণো বাঢ়িছে।
খ) চীনৰ জনসাধাৰণে কিদৰে হোৱাংহো নদীৰ বানপানী ৰোধ কৰিছিল?
উত্তৰ: চীনৰ জনসাধাৰণে নদীৰ পাৰত বিশাল আৰু সুদীৰ্ঘ পাৰ বান্ধি হোৱাংহো নদীৰ বানপানী ৰোধ কৰিছিল।
গ) ভূকম্পবিদ্যাত কি সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণা চলোৱা হয়?
উত্তৰ: ভূকম্পবিদয়াত ভূমিকম্প সম্পৰ্কীয় নানা প্ৰকাৰৰ চিন্তা, অধ্যয়ন আৰু গৱেষণা চলোৱা হয় ৷
ঘ) ছিজমছ শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰ: ছিজমছ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।
ঙ) ছিজম’মিটাৰৰ সহায়ত কি কৰা হয়?
উত্তৰ: ছিজম’মিটাৰৰ সহায়ত ভূমিকম্পৰ হলে সৃষ্টি হোৱা যি কঁপনিৰ প্ৰাৱল্য় তাক জোখাৰ লগতে কৃত্রিম উপায়েৰে বিস্ফোৰণ ঘটাই তৰংগ সৃষ্টি কৰি মাটিৰ তলত পোত খাই থকা শিলাস্তৰ, বিশালাকায় উল্কাপিণ্ড আদিৰ গ্ৰাফ বা ৰেখাচিত্রও প্ৰস্তুত কৰিব পাৰি।
চ) ছিজম’ল’জি বা ভূকম্পবিদ্যা বিষয়ত কেনে ধৰণৰ ব্যক্তিয়ে যোগদান কৰিবহি পাৰে?
উত্তৰ: ছিজম’ল’জি বা ভূকম্পবিদ্যাত নিজ নিজ বিষয়ত দক্ষ ব্যক্তিয়ে যোগদান কৰিবহি পাৰে।
২। চমু উত্তৰ লিখা
ক) ভূকম্পবিদ্যা বা ছিজম’ল’জি বুলিলে কি বুজা? বর্তমান কালত এই বিষয়টোৰ গুৰুত্ব কিয় বাঢ়ি গৈছে?
উত্তৰ: ভূমিকম্প সম্পৰ্কীয় নানা প্ৰকাৰৰ চিন্তা, অধ্যয়ন আৰু গৱেষণাক কেন্দ্ৰ কৰি যি বৈজ্ঞানিক চিন্তাধাৰা আৰু কাৰ্যপদ্ধতি জন্ম দিছে সেই বিষয়কে বোলা হয় ভূকম্পবিদয়া। এই বিষয়টোব ইংৰাজীত কোৱা হয় ছিজম’ল’জি। বৰ্তমান সময়ত পৃথিৱীত হোৱা বহুটকেইটা ভূমিকম্প, ছুনামি আদিৰ দৰে দুৰ্যোগে এই বিষয়টোৰ গুৰুত্ব বৃদ্ধি কৰিছে।
খ) ভূকম্পবিদ্যাই কি কি বিষয় ইয়াৰ অন্তৰ্ভুক্ত কৰি লৈছে?
উত্তৰ: ভূকম্পবিদ্যাই সাগৰীয় ভূমিকম্প, আগ্নেয়গিৰিৰ উদগিৰণ ফলত উৎপত্তি হোৱা শক্তি তৰংগ, পথিৱীৰ বিভিন্ন মহাদেশসমহ অৱস্থিত মহাদেশীয় প্লেটসমূহৰ চলাচলৰ ফলত হ’ব পৰা ভূ প্ৰকৃতিক পৰিবৰ্তন আদি বিষয় ইয়াৰ অন্তৰ্ভূক্ত কৰি লৈছে।
গ) ভূমিকম্পবিদ্যাৰ ক্ষেত্ৰখনত কেনে ধৰনৰ ক্ষেত্ৰত আৰু পেচাৰ ব্যাক্তিয়ে সেৱা আগবঢ়াই আহিছে তোমাৰ ভাষাত লিখা।
উত্তৰ: ভূমিকম্পবিদয়া ক্ষেত্ৰখনত বিশেষকৈ ভূবিজ্ঞানী আৰু কাৰিকৰী পোচাৰ সৈতে জড়িত ব্যক্তিয়ে সেৱা আগবঢ়াই আহিছে। ইয়াৰ উপৰিও কম্পিউটাৰ বিশেষজ্ঞ, পদার্থ বিজ্ঞানৰ সৈতে জড়িত ব্যক্তি, বৈদ্যুতিক কর্মী, আৰু তাৎক্ষণিক সেৱা সৈতে জড়িত ব্যক্তিয়ে নিজৰ নিজৰ সেৱা আগবঢ়াই আহিছে।
ঘ) ছিজমগ্ৰাফৰ কাৰ্য্যপদ্ধতি সম্পর্কে চমুকৈ লিখা ।
উত্তৰ: ভূমিকম্প হ’লে ছিজমগ্ৰাফৰ জৰিয়তে কম্পনৰ ফলত সৃষ্টি হোৱা প্ৰবল জোখা হয়।
৩) ভূকম্পবিদ্যাই মানৱ জাতিৰ অপকাৰৰ অৰ্থে কিদৰে কাম কৰিব পাৰে সেই বিষয়ে নিজৰ ভাষাত বুজাই লিখা।
উত্তৰ: ভূকম্পবিদ্যাই মানৱ জাতিৰ উপকাৰৰ অৰ্থে নানা ধৰণৰ কাম কৰিব পাৰে। এই বিদ্যাৰ সহায়ত পৃথিৱীৰ কোনবিলাক ঠাইত সঘনে ভূমিকম্প হব পাৰে সেই বিষয়ে অধ্যয়ন কৰি মানুহবোৰক ভূমিকম্প সম্পৰ্কে সজাগ কৰি তুলিব পাৰে। ভূমিকম্প আহিলে লবলগীয়া সাৱধানতা সম্পর্কে আগতীয়াকৈ জনাই থব পাৰে। ভূমিকম্প বিধ্বংসী গ্ৰাসৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে ।
৪) প্রসংগ-সংগতি দৰ্শাই ব্যখ্যা কৰা-
সেয়েহে কব পাৰি যে ছিজমলজি হৈছে নানা ক্ষেত্ৰ আৰু বিষয়ৰ সমন্বয়ত গঢ়ি উঠা এক অধ্যয়ন, গৱেষনা তথা প্রক্রিয়া ।
উত্তৰ:
প্রসংগ : এই কথাষাৰি আমাৰ পাঠ্যপুথি আপোন পাঠৰ হোমেন গগৈ দেৱে ৰচনা কৰা "ভূমিকম্প বিষয়ে অধ্যয়ন" নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে।
সংগতি : বাক্যটোৰ দ্বাৰা ছিমজ ‘লজি ৰ জৰিয়তে অধ্যয়ন আৰু গৱেষণা কৰি মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰিব খুজিছে বুলি কবলৈ বিচাৰিছে।
বাখ্যা : ছিমজ’লজি বা ভোকম্পবিদ্যা এনে এটা বিষয় যাক অধ্যয়ন আৰু গৱেষণা কৰি ভূমিকম্পৰ বিষয়ে তথা জানিব পাৰি। দক্ষ লোকসকলে ভূকম্পবিদ্যা শিকিবলৈ আগ্ৰহী হৈ ইয়াত যোগদান কৰি ভূকম্পবিদ্যাৰ বিভিন্ন দিশৰ অধ্যয়ন আৰু গৱেষণা কৰিব লাগে। ভূমিকম্পৰ কাৰণ তৰংগৰ গতি প্রকৃতি ভূ-গর্বস্থিত পদাৰ্থৰ ৰূপ পৰিবৰ্তন আদিৰ বিষয়ে অধ্যয়ন কৰি ভালদৰে জানিব পাৰিলে মানৱ জাতিৰ অশেষ উপকাৰ হব। এই অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে কিছু পৰিমাণে হলেও ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতি ৰোধ কৰিব পৰা যাব।
৫) বিপৰীত অর্থবোধক শব্দ লিখা
ক) বুদ্ধিমান – বুদ্ধিহিন
খ) বৃদ্ধি – নিবুদ্ধি
গ) বিশালাকায় – ক্ষিণকায়
ঘ) সুৰক্ষিত · অসুৰক্ষিত
ঙ) দক্ষ – অদক্ষ
চ) কুখ্যাত – সুখ্যাত
৬) বাক্য ৰচনা কৰা
উত্তৰ:
ক) চিন্তা-চৰ্চা : মানুহে ভূমিকম্পৰ কৰাল গ্ৰাসৰ পৰা মুক্তি পাবলৈ চিন্তা চৰ্চা কৰি আছে
খ) চ্যুতি- বিচ্যুতি : ভূ-পৃষ্ঠৰ চ্যুতি-বিচ্যুতিৰ ফলত পৃথিৱীৰ উপৰিভাগত ভূমিকম্প হয়
গ) বিপদ-বিঘিনি : ভূমিকম্পৰ পৰা হব পৰা বিপদ বিঘিনিৰ পৰা আগতীয়াকৈ সজাগ হোৱা উচিত
৭। ক) প্রলয় যিয়ে সাধে : প্রলয়ংকৰী
খ) গৱেষণা যিয়ে কৰে : গৱেষক
গ) সীমাৰ ভিতৰত যিয়ে আৱদ্ধ : সীমাবদ্ধ
ঘ) বৃত্তি যিয়ে ধাৰণ কৰে : বৃত্তিধাৰী
ঙ) ভুতত্ব বিদ্যা যিয়ে অধ্যয়ন কৰে : ভূতাত্বিক
চ) সাৱধান হৈ থাকে যিয়ে : সাৱধানী
৮)পাঠটোত থকা ভূতত্ত্ববিজ্ঞান, ভূ-প্রাকৃতিকবিজ্ঞান, প্রায়োগিক গণিত আৰু পদার্থবিজ্ঞান বিষয়ত কি কি দিশৰ অধ্যয়ন চলোৱা হয়, সেই বিষয়ে তথ্য আহৰণ কৰিবলৈ যত্ন কৰা আৰু চমুকৈ একোটি টাকা প্রস্তুত কৰা । এই ক্ষেত্ৰত শিক্ষক- শিক্ষয়িত্ৰীৰ সহায় লব পাৰিবা ।
উত্তৰ:
৯)প্রত্যয় ভাঙি দেখুওৱা
প্রকৃতিক – প্রকৃত + ই
বিজ্ঞানী – বিজ্ঞান + ঈ
বৈদ্যুতিক – বৈদ্যুত + ইক
কাৰিকৰী – কাৰিকৰ + ঈ
প্রয়োগিক – প্রয়োগ + ইক
গানিতিক – গানিত + ইক
১০) ভাবার্থ লিখা
মন কৰিলেই ছন
উত্তৰ: মানুহৰ পাঁচতা ইন্দ্ৰিয়ৰ ভিতৰত মন এটা শক্তিশাল ইন্দ্ৰিয়। প্রায়ভাগ মানুহৰ মনৰ দ্বাৰাই প্ৰচালিত হয়। গতিকে মন সংযুক্ত ৰাখি মানুহে ভাল কাম কৰিবলৈ আগবাঢ়ি গলে মানুহ উন্নতি হয়। মানুহে মনৰ বশৱৰ্তী হৈ হাত সাৱতি বহি থাকিলে ভা ফল আশা কৰাটো মিছা। পৰিক্ষাত ভাল ফল দেখুৱাবলৈ য সহকাৰে মনক দমন কৰি লিখা পঢ়াৰ দ্বাৰা প্ৰস্তুতি চলালেহে ভা ফল পাৱ পাৰি। এতেকে ভাল কাম কৰিবলৈ হলে মন কৰি গুৰু সহকাৰে লব লাগে, তেতিয়াহে বাকৰি মাটিতো ধন পাৱ পাৰি৷
১১) সন্ধি ভাঙা
গৱেষণা : গৱ + এষনা
সঞ্চয় : সন + চয়
অন্বেষণ : অন + এষন
নির্গত : নিঃ + গত
দুৰ্যোগ দুঃ + যোগ
সীমাৱদ্ধ : সীমা + আবদ্ধ
ভূমিকম্পৰ বিষয়ে অধ্যয়ন Ajb Class8 Assamses Chapter 16 all question