চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞান অধ্যায় ৪ অসম জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ Assam jatiya bidyalay class 8 Lesson4 solution | Class 8 science Chapter 4 solution ajb

Loying
0

চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু Lesson 4 অষ্টম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অসম জাতিয়া বিদ্যালয়

চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু Class 8 new Science all Question answers Chapter 4
চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু Class 8 new Science Lesson 4 all Question answers 2024

চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু অষ্টম শ্ৰেণীৰ নতুন বিজ্ঞান অধ্যায় ৪ অসম জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ Assam jatiya bidyalay class 8 Lesson4 all question answers ajb notes 2024.চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু Class 8 new Science all Question answers Chapter 4, Axomsolution,Class VIII Lesson 4 Science Question answers AJB Assam Jatiya BIdyalay. চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু অধ্যায় ৪ অসম জাতীয় বিদ্যালয় বিজ্ঞান

চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু Lesson 4 all question answers Class 8 science assam jatiya bidyalay AJB

অসম জাতীয় বিদ্যালয় বিজ্ঞান class 8 Science Chapter 4 question answer (AJB)

Class 8 New Science অধ্যায় ৪ Solution (AJB) 2024
AJB Class VIII Chaper 4 Solution 2024
AJB চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু Lesson 4 All question answers

চৌপাশৰ বস্তুবোৰ- ধাতু আৰু অধাতু 

1)শুদ্ধ উত্তৰটো বাছি উলিওৱা 

i) জুলীয়া অধাতুবিধ হ’ল :

a) আয় ‘ডিন  

b) মার্কিউৰি  

c) ব্ৰ’মিন

d) ক্ল’ৰিন

Ans: c)ব্ৰ’মিন


ii) নিম্নোক্তবোৰৰ ভিতৰত আটাইতকৈ কম গলনাংকৰ ধাতুবিধ হ’ল-

a) ছ’ডিয়াম

b) গেলিয়াম  

c) এলুমিনিয়াম

d) টাংষ্টেন

Ans: b)গেলিয়াম


iii) হীৰা -

a) নমনীয়

b) ঘাতসহনীয়  

c) অতি কোমল

d) উজ্জ্বল

Ans: d) উজ্জ্বল


iv) মেগনেছিয়াম ফিটা জ্বলালে উৎপন্ন হোৱা বগা গুড়ি হ’ল-

a) মেগনেছিয়াম

b) মেগনেছিয়াম অক্সাইড 

c) মেগনেছিয়াম ছালফেট

d) মেগমেছিয়াম হাইড্রক্সাইড

Ans: b) মেগনেছিয়াম অক্সাইড


v) পানীত বুৰাই ৰখা মৌলবিধ হ’ল-

a) ছ’ডিয়াম

b) আইন  

c) ফছফ’ৰাছ

d) মার্কিউৰি

Ans: c) ফছফ’ৰাছ


2) খালী ঠাই পূৰ কৰা 

i) ধাতু + এছিড → _ + হাইড্রজেন |

Ans:  লৱণ  

ii) ধাতুৰ অক্সাইড _ আৰু অধাতুৰ অক্সাইড _ ধৰ্মবিশিষ্ট |

Ans: ক্ষাৰকীয়, আম্লিক  

iii) একে ধৰণৰ কণাৰে গঠিত পদাৰ্থক __ বোলে।

Ans: মৌলিক পদার্থ বা মৌল  

iv) বৈদ্যুতিক বাল্বত ফিলামেন্ট হিচাপে ব্যৱহৃত ধাতুবিধৰ নাম হ’ল _।

Ans: টাংষ্টেন  

v) কাঠপেঞ্চিলত থকা ক’লা অধাতুবিধ হ’ল _।

Ans: গ্রেফাইট  

vi) Zn + CuSO4 → _ + Cu

Ans:  ZnSO4


3)নমনীয়তা আৰু ঘাতসহনীয়তা বুলিলে কি বুজা লিখা।

Ans: কপাৰ আৰু আইবনৰ তাঁৰ ধাতুক মিহি তাঁৰত পৰিণত কৰিব পাৰি। তথাপিও ই ভাঙি নাযায়। ধাতুক এটুকুৰাক মিহি তাঁৰলৈ পৰিৱৰ্তিত কৰিব পৰা ধৰ্ম কে নামনীয়তা বোলা হয়।

    দা,কোৰ আদি আইৰনৰ টুকুৰা উত্তপ্ত কৰি পিটে। তেতিয়া টুকুৰা টো চেপেটা হয় যদিও ভাঙি নাযায় নাযায়। ধাতুক পিটি পাতল পাতলৈ পৰিৱৰ্তিত কৰিব পৰা ধর্মকে ঘাতসহনীয়তা বোলে হয়।


4) ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পার্থক্য লিখা ৷

Ans: ধাতু আৰু অধাতুৰ মাজৰ ভৌতিক ধৰ্মৰ তিনিটা পার্থক্য হ’ল – 

দ্যুতি: ধাতু দ্যুতি থাকে। অধাতু সাধাৰণতে দ্যুতি সম্পন্ন।

কঠিনতা: সাধাৰণতে ধাতুবোৰ হ'ল কঠিন পদার্থ। অধাতুবোৰ সাধাৰণতে গেছীয় বা কঠিন পদার্থ।

তাপ আৰু বিদ্যুৎ পৰিৱাহিতা: ধাতুত্রে ভাগ পৰিবহন কৰে, অধাতুবোৰ সাধাৰণতে তাপ আৰু বিদ্যুতৰ কুপৰিবাহী।

Read More : Class 8 Science AJB সাংশ্লেষিক আহঁ আৰু প্লাষ্টিক Chapter 3 question answers

Read More : AJB Class 8 New Science 2024 all Lessons Solution

5)ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য লিখা।

Ans: ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ পাৰ্থক্য হ’ল–

a. ভৌতিক ধৰ্মৰ ফলত কোনো পদাৰ্থৰ পৰা আন কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয় আনহাতে ৰাসায়নিক ধৰ্মৰ ফলত কোনো পদাৰ্থৰ পৰা নতুন পদাৰ্থৰ সৃষ্টি হয়।

b. পদার্থ চিনাক্ত বা বর্ণনা কৰিবলৈ ভৌতিক ধৰ্মৰ ব্যৱহাৰ কৰা হয় আনহাতে পদাৰ্থবোৰে কেনেদৰে প্ৰতিক্ৰিয়া কৰে তাৰ পূৰ্বানুমান কৰিবলৈ ৰাসায়নিক ধৰ্মৰ ব্যৱহাৰ কৰা হয়।

c. দ্যুতি, কঠিনতা, তাপ পৰিবাহিতা, নমনীয়তা, ঘাত সহনীয়তা আদি হ’ল পদাৰ্থৰ ভৌতিক ধর্ম আনহাতে সংকোচনশীলতা, তেজস্ক্রিয়তা, বিষাক্ততা আদি হ’ল পদাৰ্থৰ ৰাসায়নিক ধর্ম।


6) অপসাৰণ বিক্ৰিয়াৰ বিষয়ে উদাহৰণ সহ লিখা |

Ans : যি বিক্ৰিয়াত বেছি সক্রিয় মৌল (ধাতু বা অধাতু) এটাই কম সক্রিয় মৌল (ধাতু বা অধাতু) এটাক অপসাৰিত (স্থানচ্যুত) কৰে তেনে বিক্ৰিয়াক অপসাৰণ বিক্রিয়া বোলে। 

উদাহৰণস্বৰূপে কপাৰ ছালফেট দ্ৰৱত আইন যোগ কৰিলে ঘটা বিক্ৰিয়াটো হ’ল –

Fe + CuSO4 → FeSO4 + Cu

বিক্ৰিয়াটোত বেছি সক্রিয় ধাতু (Fe) য়ে কম সক্ৰিয় ধাতু (Cu)ক অপসাৰণ কৰিছে।

7)ছ’ডিয়াম ধাতুক কিয় কেৰাচিনত ডুবাই ৰখা হয় লিখা।

Ans : ছ'ডিয়াম ধাতু অতি সক্রিয়। ই পানী আৰু অক্সিজেনৰ লগত সইজে যোজিত হয়। সেই কাৰণে ইয়াক মুকলিকৈ ৰাখিব নোৱাৰি। ছ'ডিয়াম ধাতুক কেৰাচিন ডুবাই ৰখা হয়। তেতিয়া ই বায়ু আৰু পানী সংস্পশলৈ আহিব নোৱাৰে।

8) ফছফৰাছক কিয় পানীত ডুবাই ৰখা হয় লিখা।

Ans: ফছফৰাছ নামৰ অধাতু বিধ বিশেষ ধৰনৰ। সাধাৰণ অৱস্হাত ই অক্সিজেনৰ সৈতে তীব্রভাবে বিক্রিয়া কৰে। গতিকে বায়ুৰ সংস্পৰ্শত ৰাখিব নোৱাৰি। সেই কাৰণে ফছফৰাছক পানীত ডুবাই ৰখা হয়

9) ধাতুৱে ক্ষাৰকৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে লিখা। উদাহৰণ দিবা।

Ans : ধাতুৱে স্ফাৰকৰ লগত বিক্রিয়া কৰি লৱন আৰু হাইড্র'জেন গেছ উৎপন্ন কৰে। অৰ্থাৎ,

ধাতু + ক্ষাৰক → লৱণ + হাইড্ৰ’জেন গেছ

  উদাহৰণ, এলুমিনিয়াম (AI) আৰু ছ'ডিয়াম হাইড্রক্সাইডৰ (sodium hydroxide NaOH),

Al + NaOHI (ক্ষাবক) -- NaAlO2 (লরন) + H2


10)এবিধ ধাতুৱে এছিডৰ সৈতে বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰিছে। গেছবিধ হাইড্ৰ’জেন বুলি কেনেকৈ গম পাবা ? 

Ans : ধাতুৱে এছিডৰ লগত বিক্রিয়া কৰি লরন আৰু হাইড্রজেন গেছ উৎপন্ন কৰে।

       এটা পৰীক্ষাত এটা কাচৰ বতল লৈ বটলটোৰ সাকৰত ফুটাকৰি এডাল ঐ সুমুৱাই লোৱা হল। ঐডাল কামেৰে সাফবত ভালদৰে আঁঠা লগাই লেৱিী হল যাতে বায়ু পাৰ হ'ব নোৱাৰাকৈ। বটলটো ত কেইটুকুৰা মান জিংক ধাতু লৈ ছালফিউরিক এছিড (H2SO4) ঢালা হল। লগে লগে সাফৰ বন্ধ কৰা হল।

       ষ্ট্ৰডালৰ খোলা মূৰটো  এটা পানী ভর্তি পাত্রত ডুবাই। পানী খিনিত চাবোন বা অপমাজক মিহলাই লোৱা হল। এতিয়া বটলৰ ভিতৰত বুৰবুৰণি উঠা দেখা গৈছে। সেই গেছ ষ্ট্ৰডালেৰে আহি চাবোন- পানীত বুদ বুঁদ ৰ সৃষ্টি হয়ছে।

      এতিয়া জুই শিখা বুদ বুদৰ কাষলে নিলে বন্ধপ্ শব্দ হৈছে। ইয়াৰ পৰা বুজিব পাৰিযে গেছ বিধ হাইড্রজেন।

11) মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ ক্ষাৰকীয় বুলি কেনেদৰে প্ৰমাণ কৰিবা লিখা।

Ans: মেগনেছিয়াম অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সিড উৎপন্ন কৰে।

    মেগনেছিয়াম ফিটা জ্বলাই পোৱা বগা গুৰিখিনি (MgO) প্লেটতলৈ। তাত দুটো পাল মান পানী দি ভাল দৰে মিলাই। এই দ্রব্যটোত অলপমান প্রথমে লিটমাছ কাগজত ডালি দিলে। ৰঙা কাগজ খন নীলা হলে জানিব পাৰি যে উৎপন্ন কৰা পর্দাথ বিধ ক্ষাৰকীয়।

12) ছালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এবিধ গেছ উৎপন্ন কৰে। গেছবিধ আম্লিক নে ক্ষাৰকীয় কেনেদৰে প্ৰমাণ কৰিবা?

Ans : ছালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ছালফাৰ ডাই অক্সিড (SO2) উৎপন্ন কৰে। গেছ বিধ আম্লিক।

    ছালফাৰ ডাই অভিজ্ঞভূ দ্ৰব্য বিধ নীলা লিটমাহ কাগজত ডুবাই দিলে কাগজখন যদি ৰঙাহৈ পৰে । তেতিয়া জানিম যে উৎপন্ন হোৱা গেছবিধ আম্লিক।

13) বাঁওফালৰ প্ৰতিটোৰ সৈতে সোঁফালৰটো মিলোৱা—

a. ধাতু              a.পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত হয় 

b. কপাৰ          b.অধাতু

c. গেলিয়াম     c.বিদ্যুত সুপৰিবাহী

d. ক্ল’ৰিন         d. নিনাদী গুণসম্পন্ন

e. ছালফাৰ      e. হাতত ল’লে গলে

Ans:

a. ধাতু

d. নিনাদী গুণসম্পন্‌ 

 b. কপাৰ 

 c. বিদ্যুতৰ সুপৰিবাহী

 c. গেলিয়াম 

 e. হাতত ল’লে গলে

 d. ক্ল’ৰিন 

 a. পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহৃত হয়

 e. ছালফাৰ

 b. অধাতু

 

Assam Jatiya Bidyalay Class 8 Science Lesson 4 ধাতু আৰু অধাতু all question answers (AJB) Notes

If you have any douts pls comment below⬇️

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top