দহন আৰু শিখা Class8 Lesson 6 Assam jatiya bidyalay all question answers AJB, AJB Class 8 Science Lesson6 all solution

Loying
0

AJB দহন আৰু শিখা Class 8 New Science Lesson6 All question answers (AJB)- Axomsolution

দহন আৰু শিখা Class8 Lesson 6 Assam jatiya bidyalay
দহন আৰু শিখা Class8 New Science Lesson 6 Assam jatiya bidyalay(AJB)
দহন আৰু শিখা Class 8 new Science all Question answers Chapter6 Notes, Axomsolution,Class VIII Lesson 4 Science Question answers AJB Assam Jatiya BIdyalay. দহন আৰু শিখা অধ্যায় ৬ অসম জাতীয় বিদ্যালয় বিজ্ঞান,
দহন আৰু শিখা Class8 Lesson 6 Assam jatiya bidyalay all question answers AJB 

অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 8 Science Chapter6 দহন আৰু শিখা question answer (AJB)

Class 8 New Science Lesson6 all Solution (AJB) 2024
AJB Class VIII Chaper 6 Solution


1.শুদ্ধ উত্তৰটো বাছি উলিওৱা:
(i)স্বতঃস্ফৰ্তদহন ঘটা এবিধ পদাৰ্থৰ উদাহৰণ হল-
a) এলপিজি    
b)  ফছফৰাছ    
c) কয়লা    
d) কেৰাচিন  
উত্তৰ : b)ফছফৰাছ।

(ii)মমবাতিৰ শিখাৰ  দহন ঘটা অঞ্চলটো হল-
a) নীলা    
b) আন্ধাৰ    
c) দীপ্তিমান    
d) দীপ্তিহীন
উত্তৰ : c)দীপ্তিমান।

(iii) কোনটো আদৰ্শ ইন্ধনৰ ধৰ্ম নহয়?
a) কেলৰি মান বেছি হব লাগে
b) দাম কম হব লাগে
c)প্ৰজ্বলনাংক বেছি হব লাগে
d) মজুতকৰণ কম খৰচী হ’ব লাগে
উত্তৰ : c)প্ৰজ্বলনাংক বেছি হ’ব লাগে।

(iv) জোৰেৰে ফুঁৱালে মমবাতিৰ শিখা নুমায়। ইয়াৰ এটা কাৰণ হল-
a)ফুঁৱালে কাৰ্বন ডাইঅক্সাইড ওলায়
b) ফুঁৱালে জলীয় বাষ্প ওলায়
c) ফুঁৱালে মমৰ বাষ্প আতঁৰি যায়
d) ফুঁৱালে অক্সিজেন নোলায়
উত্তৰ : c)ফুঁৱালে মমৰ বাষ্প আতঁৰি যায়।

(v)কোনবিধ জীৱাশ্ম ইন্ধন নহয়?
a) খৰি    
b) এলপিজি    
c) পেট্ৰ’ল    
d) কেৰাচিন
উত্তৰ : a)খৰি

2. খালী ঠাই পূৰ কৰা:
i) এবিধ পদাৰ্থ জ্বলাৰ অৰ্থ হল পদাৰ্থবিধৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া।
ii) মমবাতিৰ শিখাৰ দীপ্তিমান অঞ্চলত সম্পূৰ্ণ দহন ঘটে।
iii) মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চল মমৰ বাষ্পেৰে  গঠিত ।
iv) জ্বলোঁতে বাষ্পীভূত হোৱা পদাৰ্থই তাপৰ সৃষ্টি কৰে।
v) কাঠখৰি জ্বলোঁতে মমবাতিতকৈ অধিক সময় লাগে; কাৰণ মমতকৈ কাঠখৰিৰ প্ৰজ্বলনাংক বেছি।  

3. সংজ্ঞা লিখা- জলনাংক,কেলৰি মূল্য, ইন্ধন, দহন।
উত্তৰ: 
জলনাংক:  যি নিম্নতম উষ্ণতাত কোনো এবিধ পদাৰ্থ বাষ্পীভূত হৈ অক্সিজেনৰ সৈতে দাহ‍্য মিশ্ৰৰ সৃষ্টি কৰে তাকে পদাৰ্থবিধৰ জ্বলনাংক বোলে।
কেলৰি মূল্য: এবিধ ইন্ধনৰ 1kgৰ সম্পূৰ্ণ দহনৰ পৰা উৎপন্ন হোৱা শক্তিকে ইন্ধনবিধক কেলৰি মূল্য বোলে।
ইন্ধন : যি পদাৰ্থই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি শক্তি উৎপন্ন কৰে তাকে ইন্ধন বোলে ।
দহন : বস্তু এটাই অক্সিজেনৰ সৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰি তাপ উৎপাদন কৰা প্ৰক্ৰিয়াটোৱে হল দহন।

4. দাহ্য আৰু অদাহ্য পদাৰ্থ কাক বোলে লিখা। উদাহৰণ দিবা।
উত্তৰ : সহজে জ্বলা পদাৰ্থকে দাহ‍্য পদাৰ্থ বোলে। যেনে 一 খৰি, পেট্ৰ’ল, ডিজেল, কয়লা আদি।
    আনহাতে সহজে জ্বলি নুঠা অদাহ‍্য পদাৰ্থ বোলে।
উদাহৰণ , মাটি, পানী আদি।

5. দহন বুলিলে কি বুজা? সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য লিখা।
উত্তৰ: বস্তু এটাই অক্সিজেনৰ সৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰি তাপ উৎপাদন কৰা প্ৰক্ৰিয়াটোৱে হৈছে দহন।
    সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য হৈছে
সম্পূৰ্ণ দহন : অসম্পূৰ্ণ দহন :

 a.বস্তুবিধ সম্পূৰ্ণ ৰূপে দহন হয়

 a.বস্তুবিধ সম্পূৰ্ণ ৰূপে দহন নহয়।

 b.ইয়াত কাৰ্বন উৎপন্ন হয়

 b.ইয়াত কাৰ্বন উৎপন্ন নহয়।


6. স্বতঃস্ফৰ্ত দহনৰ বিষয়ে চমুকৈ লিখা। উদাহৰণ দিবা । 
উত্তৰ : উপযুক্ত পৰিৱেশত নিজে নিজে জ্বলি উঠা দহনেই হৈছে স্বতঃস্ফূৰ্ত দহন। ফছফৰাছ হৈছে ইয়াৰ উৎকৃষ্ট উদাহৰণ। বায়ুৰ সংস্পৰ্শত আহিলে ই নিজেই জ্বলি উঠে।


7. মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হয় থাকে। এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰ : মমবাতি জ্বলালে কার্বন কণা উৎপন্ন হয়।
          মমবাতি এটা জ্বলাই শিখাৰ ঠিক ওপৰত এখন বগা কাগজ লৈ। কাগজখনত ক'লা পদার্থ জমা হোৱা দেখিবা। ক'লা পদার্থখিনি হ'ল কার্বন। এই ক্ষেত্রত কার্বন কণা উৎপন্ন হয়।

মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হয় থাকে

Read More :  Notes Assam jatiya Bidyalya Class 8 General Science All lessons  Solution

Read Moreকয়লা আৰু পেট্রোলিয়াম Ajb class 8 Science question answer Lesson 5


৪. মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চলত মমৰ বাষ্প থাকে। এয়া প্রমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰা। 
উত্তৰ:  আন্ধাৰ অঞ্চলত যে মমৰ বাষ্প থাকে সহজে প্রণাম কৰিব পাৰি। এই পৰীক্ষাটোৰ বাবে প্রায় ৪ চেন্টিমিটাৰ কাঁচৰ দীঘল নলী এডাল আৰু চেপেনা এভাল লাগিব। তাৰ পাছত এডাল জ্বলি থকা মমৰ আন্ধাৰ অঞ্চল টোত চেপেনা দালৰ সহায়ত কাঁচৰ নলী ডাল সুমুৱাই দিয়া হ'ল। আনহাতে নলী ডালৰ আনটো মুৰত জ্বলি থকা দিয়াচলাই কাঠি এডাল ধৰা হ'ল। এই মূৰটোত তেতিয়া মমৰ বাস্প জ্বলি উঠা দেখা গল। যিহেতু, আন্ধাৰ অঞ্চলটোক আৱৰিথকা দীপ্তিমান অঞ্চল টোত মমৰ বাষ্পৰ অসম্পূর্ণ দহন ঘটে। ইয়াত দহন ৰ ফলত কার্বন কণা উৎপন্ন হয়। এই কণা বোৰ উত্তপ্ত হৈ হালধীয়া দীপ্তি দিয়ে। দিপ্তিমান অঞ্চলক আৱৰি আৰু এটা অঞ্চল আছে। এই অঞ্চলটো দেখা নাযাই বুলি এই কব পাৰি। এই অঞ্চলটো বায়ুৰ সংস্পৰ্শ ত থাকে। সেই কাৰণে অক্সিজেন যথেষ্ট পৰিমাণে পায়। ফলত মমৰ বাষ্পৰ সম্পূৰ্ণ দহন ঘটে। ইয়াৰ দ্বাৰা প্ৰমাণ হল যে আন্ধাৰ অঞ্চলটোত মমৰ বাষ্প থাকে কিন্তু পোহৰ অঞ্চলটোত মমৰ বাষ্পৰ সম্পূৰ্ণ দহন নঘটে, ফলত তাত মমৰ বাষ্প পোৱা নাযায়। সেইবাবে নলী ডালৰ আনটো মূৰত মমৰ বাষ্পৰ দহন ঘটিছিল।


9.জোৰেৰে কুঁৱালে চাকিৰ জুই কিয় নুমায় যায়।
উত্তৰ: জোৰেৰে কুঁৱালে দুটা ঘটনা ঘটে। প্রথমতে, বাষ্পবোৰ শিখাৰ পৰা আঁতৰি যায়। দ্বিতীয়তে, শিখাৰ তলভাগত থকা মমবাতিৰ অংশটো চেঁচা হয়। ফলত বাষ্পৰ উৎপাদান কমি যায়। ফলস্বৰূপে জোৰেৰে ফুঁৱালে চাকিৰ জুই নুমায় যায়।

10. মমবাটিৰ শিখাত কিমানটা অঞ্চলথাকে? অঞ্চল কেইটাৰ নাম লিখা। ছবি আঁকি অঞ্চল কেইটাক দেখুৱা? 
উত্তৰ: 

মমবাটিৰ শিখা অঞ্চল কেইটা
            

11. দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য লিখা । 
Ans: 
দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ মাজত পাৰ্থক্য হৈছে –

দীপ্তিমান দীপ্তিহীন

 a.ই হালধীয়া বৰণৰ হয়।

 a.ই নীলা বৰণৰ হয়।

 b.এই অঞ্চল পোহৰ হয়।

 b.এই অঞ্চল আন্ধাৰ হয়।


12. আমাৰ খাদ্যক কিয় ইন্ধন বুলি ভাবিব পাৰি লিখা । 
উত্তৰ : আমাৰ খাদ্যক ইন্ধন বুলি ভাবিব পাৰি কাৰণ খাদ্যৰ পৰা আমি শক্তি পাওঁ। খাদ্য নাখালে কোনো জীৱই জীয়াই নাথাকে, জীয়াই থাকিবলৈ হ'লে আমাক খাদ্যৰ প্ৰয়োজনীয় ।

Assam Jatiya Bidyalay Class 8 Science Lesson 6 দহন আৰু শিখা all question answers (AJB) Notes

If you have any douts pls comment below⬇️

Post a Comment

0 Comments
Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top