AssamJatiya Bidyalay Class7 Science Chapter 1 উদ্ভিদৰ পৰিপুষ্টি Question Answers |উদ্ভিদৰ পৰিপুষ্টি Chapter1 Assam Jatiya Bidyalay Class7 Science AJB
Class 7 Science উদ্ভিদৰ পৰিপুষ্টি | অধ্যায় ১ Question answers AJB,Class 7 Science Lesson 1 Assam jatiya Bidyalay Question answers,AJB অসম জাতীয় বিদ্যলয়ৰ সপ্তম শ্ৰেণীৰ বিজ্ঞান উদ্ভিদৰ পৰিপুষ্টি,Lesson 1 প্ৰশ্ন উত্তৰ Axomsolution.com
সপ্তম শ্ৰেণীৰ বিজ্ঞান উদ্ভিদৰ পৰিপুষ্টি অধ্যায় ১ প্ৰশ্ন উত্তৰ , AJB Class 8 Science Lesson 1 All Question answers
Class 7 Science Assam jatiya Bidyalay উদ্ভিদৰ পৰিপুষ্টি Lesson 1 Solution,সপ্তম শ্ৰেণীৰ বিজ্ঞান পোহৰ অধ্যায় ১ অসম জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ - Axomsolution
Today We will Discuss about This Lesson Here উদ্ভিদৰ পৰিপুষ্টি Class7| অধ্যায় ১ Question answers (Ajb) Assam jatiya Biyalaya solution.
1. খালী ঠাই পূৰ কৰা
i ) সালােকসংশ্লেষণ কৰা উদ্ভিদৰ পৰিপুষ্টিক স্বপোষী পৰিপুষ্টি বোলে ।
ii ) ৰাফ্লেচিয়া এবিধ আন গছৰ শিপাত গজা পৰজীৱী ।
ii ) বেংচটা এবিধ মৃতজীৱি উদ্ভিদ ভেকুৰ ।
iv ) সালোকসংশ্লেষণত অক্সিজেন গেছ উৎপন্ন হয় ।
v ) কলচী উদ্ভিদ এবিধ পতংগভোজী উদ্ভিদ ।
উদ্ভিদৰ পৰিপুষ্টি Class 7 Science Chapter 1
2. শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i ) ৰ'দ মুকুতা এবিধ -
a ) স্বপােষী উদ্ভিদ b ) পৰজীৱী উদ্ভিদ c ) পতংগভােজী উদ্ভিদ d ) মৃতজীৱী উদ্ভিদ
উত্তৰঃ c)পতংগভােজী উদ্ভিদ।
ii ) মৃতজীৱী উদ্ভিদৰ উদাহৰণ হ'ল -
a ) কলচী উদ্ভিদ b) ম`ন`ট্ৰপা c ) ৰাফ্লেচিয়া d ) ৰ’দ মুকুতা
উত্তৰঃ b)ম`ন`ট্ৰপা।
iii ) পত্ৰহৰিতৰ বৰণ –
a ) ৰঙচুৱা b) সেউজীয়া c) মটীয়া d ) কলা
উত্তৰঃ b)সেউজীয়া।
iv ) সালােকসংশ্লেষণত উৎপন্ন হােৱা জৈৱ পদার্থ হল—
a ) প্রটিন b ) ভিটামিন c ) গ্লুক'জ d ) স্নেহপদার্থ
উত্তৰঃ c)গ্লুক'জ।
3. চমুকৈ উত্তৰ লিখা ;
i ) স্বপােষী আৰু পৰপােষী জীৱৰ পার্থক্য লিখাঁ ।
উত্তৰঃ
ii ) পাতক গছৰ ৰান্ধনি ঘৰ বুলি কিয় কোৱা হয় ?
উত্তৰঃ সূৰ্যৰ পোহৰত আৰু পত্ৰহৰিতৰ উপস্থিতিত পাতত কাৰ্বন ডাইঅক্সাইড আৰু পানীৰ পৰা শৰ্কৰা উৎপন্ন হয়; অৰ্থাৎ খাদ্য় প্ৰস্তুত হয়। এই প্ৰক্ৰিয়াক সালোকসংশ্লেষন বোলে। সেইকাৰণে পাতক গছৰ ৰান্ধনি ঘৰ বোলা হয়।
iii ) মৃতজীৱিতা কি ?
উত্তৰঃ যিবোৰ জীৱই আন মৃত, গেলা-পচা জীৱৰ ওপৰত গজি তাৰপৰা আহাৰ শোষন কৰে। এইবোৰে মৰা বস্তু পচাই তাৰপৰা ৰস আহৰন কৰে। এইবোৰক মৃতজীৱী বোলা হয়।
iv ) সালােকসংশ্লেষণৰ ৰাসায়নিক বিক্রিয়াটো লিখা ।
উত্তৰঃ
ii ) সালােকসংশ্লেষণ প্রক্রিয়াটো চমুকৈ ব্যাখ্যা কৰাঁ ।
উত্তৰঃ পাতত এবিধ পত্ৰহৰিৎনামৰ ৰঞ্জক পদাৰ্থ থাকে। উদ্ভিদে এই পত্ৰহৰিৎৰ সহায়ত দিনৰ ভাগত সূৰ্য্য়ৰ পোহৰ, বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহন কৰে, আৰু শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষন কৰে। এইবোৰৰ সহায়ত উদ্ভিদে পত্ৰহৰিৎৰ দ্বাৰা পাতত খাদ্য় প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াত অক্সিজেন উৎপন্ন হয়।এই প্ৰক্ৰিয়াটোক সালোকসংশ্লেষন বোলা হয়।
iii ) জীৱৰ পৰিপুষ্টিৰ প্ৰকাৰসমূহ লিখা ।
উওৰঃ জীৱৰ পৰিপুষ্টি প্ৰধানকৈ দুই প্ৰকাৰৰ। যেনেঃ স্বপোষী আৰু পৰপোষিত পৰিপুষ্টি।
iv ) পৰজীৱী হিচাপে আকাশীলতা উদ্ভিদৰ বিষয়ে লিখা ।
উওৰঃ আকাশীলতা হৈছে হালধীয়া ৰঙৰ এবিধ লতাজাতীয় উদ্ভিদ। ইয়াত পত্ৰহৰিৎ পৰজীৱী হিচাপে নথকা বাবে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তত কৰিব নোৱাৰে। সেইবাবে ইহঁতে আন গছৰ ওপৰত বগাই আগুৰি ধৰে। এক বিশেষ ধৰনৰ শিপাৰে পোষক উদ্ভিদজোপাৰ পৰা খাদ্য় শোষন কৰে।
v ) পৰপােষী উদ্ভিদৰ প্ৰধান ভাগকেইটাৰ বিষয়ে চমুকৈ লিখা ।
v ) সালােকসংশ্লেষণৰ কাৰকসমূহ উল্লেখ কৰা ।
উওৰঃ সালোকসংশ্লেষণৰ কাৰকসমূহ হলঃ সূৰ্য্য়ৰ পোহৰ, পত্ৰহৰিৎ, কাৰ্বন ডাইঅক্সাই আৰু পানী।
4. উত্তৰ লিখা :
i) প্ৰাণী আৰু উদ্ভিদে কেনেকৈ খাদ্য় সংগ্ৰহ কৰে ?
উওৰঃ প্ৰাণীয়ে নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰিব নোৱাৰে সেইবাবে প্ৰাণীয়ে আন প্ৰাণী আৰু উদ্ভিদৰ পৰা খাদ্য় সংগ্ৰহ কৰে।
উদ্ভিদে সূৰ্যৰ পোহৰ আৰু কাৰ্বন-ডাই-অক্সাইডৰ সহায়ত নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে।
উওৰঃ পৰপোষী উদ্ভিদৰ প্ৰধান ভাগকেইটা হৈছে পৰজীৱী, মৃতজীৱী, পতংগভোজী আৰু সহজীৱী।
পৰজীৱী উদ্ভিদঃ ইহঁতে নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব নোৱাৰে।
মৃতজীৱী উদ্ভিদঃ ইহঁতে গেলা-পচা, আন মৃত জীৱৰ ওপৰত গজি তাৰপৰা আহাৰ আহৰণ কৰে।
পতংগভোজী উদ্ভিদ ঃ এনে ধৰনৰ উদ্ভিদে পতংগৰ দেহৰপৰা নাইট্ৰ'জেনজাতীয় পদাৰ্থ আহৰন কৰে।
সহজীৱী উদ্ভিদঃ কিছুমান উদ্ভিদে আন জীৱৰ লগত একেলগে থাকি পৰস্পৰ উপকৃত হৈ জীয়াই থাকে।